প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে ভগৱান বুদ্ধৰ নীতিসমূহ স্মৰণ কৰে
পোষ্ট কৰা হৈছে:
16 MAY 2022 9:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে ভগৱান বুদ্ধৰ নীতিসমূহ স্মৰণ কৰে আৰু সেইবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"বুদ্ধ পূৰ্ণিমা উপলক্ষে আমি ভগৱান বুদ্ধৰ নীতিসমূহ মনত পেলাইছো আৰু সেইবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছো। ভগৱান বুদ্ধৰ চিন্তাই আমাৰ পৃথিৱীখনক অধিক শান্তিপূৰ্ণ, সুসংগত আৰু বহনক্ষম কৰি তুলিব পাৰে।"
***
DS/SH/MS
(ৰিলিজ আই ডি : 1826149)
অতিথি কক্ষ : 197
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam