প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীত এক শোকাবহ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


পিএমএনআৰএফৰ অধীনত এককালীন সাহায্য ঘোষণা

प्रविष्टि तिथि: 13 MAY 2022 11:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত এক শোকাবহ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে দিল্লীৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ আত্মীয়ক ২লাখকৈ আৰু আহতসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত এককালীন সাহায্যও ঘোষণা কৰে।

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “দিল্লীত এক শোকাবহ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “দিল্লীৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱাসকলৰ আত্মীয়ক ২লাখকৈ আৰু আহতসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত এককালীন সাহায্য প্ৰদান কৰা হ’ব।”প্ৰধানমন্ত্ৰী @narendramodi"

 

***

DS/ST/DB


(रिलीज़ आईडी: 1825646) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam