প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংস্কৃত আৰু হিন্দী সাহিত্যৰ পণ্ডিত ড০ ৰমা কান্ত শুল্কাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
Posted On:
12 MAY 2022 4:58PM by PIB Guwahati
সংস্কৃত আৰু হিন্দী সাহিত্যৰ পণ্ডিত ড০ ৰমা কান্ত শুক্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“সংস্কৃত আৰু হিন্দী সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়োৱা ড০ ৰমাকান্ত শুক্লা ডাঙৰীয়াৰ দেহাৱসানত অত্যন্ত দুখ পাইছো। শোকৰ এই মুহূৰ্তত তেখেতৰ পৰিয়াল-পৰিজন আৰু প্ৰশংসকসকলৰ প্ৰতি সমবেদনা জনাইছো। ওঁম শান্তি”!
****
DS/ST/KB
(Release ID: 1824956)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam