প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংস্কৃত আৰু হিন্দী সাহিত্যৰ পণ্ডিত ড০ ৰমা কান্ত শুল্কাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 12 MAY 2022 4:58PM by PIB Guwahati

সংস্কৃত আৰু হিন্দী সাহিত্যৰ পণ্ডিত ড০ ৰমা কান্ত শুক্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“সংস্কৃত আৰু হিন্দী সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়োৱা ড০ ৰমাকান্ত শুক্লা ডাঙৰীয়াৰ দেহাৱসানত অত্যন্ত দুখ পাইছো। শোকৰ এই মুহূৰ্তত তেখেতৰ পৰিয়াল-পৰিজন আৰু প্ৰশংসকসকলৰ প্ৰতি সমবেদনা জনাইছো। ওঁম শান্তি”!

 

****

DS/ST/KB



(Release ID: 1824956) Visitor Counter : 19