প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

Posted On: 09 MAY 2022 8:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

"গুৰুদেৱ ৰবি ঠাকুৰৰ জন্ম জয়ন্তীত মই তেওঁলৈ প্ৰণাম জনাইছো। তেওঁৰ চিন্তা আৰু কামৰ দ্বাৰা তেওঁ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ আমাক আমাৰ ৰাষ্ট্ৰ, সংস্কৃতি আৰু লোক-কাহিনীৰ বাবে গৌৰৱান্বিত হ'বলৈ শিকাইছিল। তেওঁ শিক্ষা, আৰু সামাজিক সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আমি তেওঁৰ ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগী পূৰণ কৰিবলৈ সংকল্পবদ্ধ। "

 

***

DS/SH/RD



(Release ID: 1824656) Visitor Counter : 99