প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কোভিড-১৯ত আক্ৰান্ত ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
प्रविष्टि तिथि:
20 APR 2022 7:30PM by PIB Guwahati
কোভিড-১৯ত আক্ৰান্ত ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"কোভিড-১৯ত আক্ৰান্ত মোৰ প্ৰিয় বন্ধু ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিৰ আশু আৰোগ্য কামনা কৰিছোঁ। @Palazzo_Chigi"
***
DS/ST/KG
(रिलीज़ आईडी: 1824351)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam