প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ ত ভাৰতৰ আগন্তুক অধ্যক্ষতাৰ পৰিপ্ৰেক্ষিতত ল’গ’ ডিজাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 07 MAY 2022 11:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ ত ভাৰতৰ আগন্তুক অধ্যক্ষতাৰ পৰিপ্ৰেক্ষিতত ল’গ’ ডিজাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

"আমাৰ যুৱপ্ৰজন্মৰ সৃজনশীলতা প্ৰকাশৰ এক বিশেষ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক!"

***

DS/SB



(Release ID: 1823986) Visitor Counter : 160