প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব্ৰাজিলত অনুষ্ঠিত ‘ডীফলি>ম্পিকছ ২০২১’ত অংশগ্ৰহণ কৰা প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামান জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
01 MAY 2022 7:35PM by PIB Guwahati
ব্ৰাজিলত অনুষ্ঠিত ‘ডীপলিম্পিক্ছ ২০২১’ত অংশগ্ৰহণ কৰা প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ক্ৰীড়া সমাৰোহখনলৈ যোৱাৰ প্ৰাক ক্ষণত খেলুৱৈসকলে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ পৰিদৰ্শন কৰা কথাটোৱে তেওঁক বাৰুকৈয়ে আৱেগিক কৰি তুলিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“আজিৰে পৰা আৰম্ভ হোৱা #ডীফলিম্পিক্ছ ২০২১ত ভাগ লোৱা আমাৰ খেলুৱৈদলটোৰ বাবে সমগ্ৰ ভাৰতে জয়ধ্বনি দিছে। আমাৰ প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামনা জনাইছো।
ক্ৰীড়া সমাৰোহখনলৈ যোৱাৰ প্ৰাক ক্ষণত খেলুৱৈসকলে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ পৰিদৰ্শন কৰা কথাটোৱে মোক বাৰুকৈয়ে আৱেগিক কৰি তুলিছে।
***
DS/ST
(रिलीज़ आईडी: 1821986)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam