প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীস্থিত তেওঁৰ বাসগৃহত এটা শিখ প্ৰতিনিধি দলক সাক্ষাৎ কৰিব
प्रविष्टि तिथि:
29 APR 2022 11:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত এক শিখ প্ৰতিনিধি দলক আমন্ত্ৰণ জনাইছে। তেওঁ আজি সন্ধিয়া প্ৰায় ০৫:৩০বজাত সমবেত লোকসকলক সম্বোধন কৰিব।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"আজি সন্ধিয়া মই মোৰ বাসগৃহত এটা শিখ প্ৰতিনিধি দলক আমন্ত্ৰণ জনাইছো। প্ৰতিনিধি দলটোত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোক অন্তৰ্ভুক্ত হৈ আছে। মই সন্ধিয়া প্ৰায় ৫:৩০ বজাত সমবেত লোকসকলক সম্বোধন কৰিম।"
***
DS/ST/MS
(रिलीज़ आईडी: 1821908)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam