প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ প্রতিষ্ঠা দিৱসত গুজৰাটৰ জনসাধাৰণক শুভেচ্ছা জনালে প্রধানমন্ত্রীয়ে
प्रविष्टि तिथि:
01 MAY 2022 8:51AM by PIB Guwahati
গুজৰাটৰ প্রতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ জনসাধাৰণক শুভেচ্ছা জনাইছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে;
“গুজৰাটৰ প্রতিষ্ঠা দিৱসত গুজৰাটৰ জনসাধাৰণক মোৰ শুভেচ্ছা। মহাত্মা গান্ধী, চর্দাৰ পেটেল আৰু বহুজন মহান ব্যক্তিৰ আদর্শৰে অনুপ্রাণিত গুজৰাটৰ মানুহে বিভিন্ন ক্ষেত্রত তেওঁলোকৰ কৃতিত্বৰ বাবে ব্যাপক সমাদৰ লাভ কৰি আছে। অনাগত দিনতো গুজৰাটৰ উন্নতিৰ ধাৰা অব্যাহত থাকক।”
***
DS/SH
(रिलीज़ आईडी: 1821906)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam