প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত বিহু উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 23 APR 2022 11:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত বিহু উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

‘টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থ @sarbanandsonwal ডাঙৰীয়াৰ সৈতে তেওঁৰ বাসভৱনত বিহু উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰো। অসমৰ সমৃদ্ধ সংস্কৃতিক লৈ ভাৰতে গৌৰৱবোধ কৰে।"

 

***

DS/ST/DB



(Release ID: 1819754) Visitor Counter : 109