প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশে আজি স্বচ্ছতাৰ নতুন কাহিনী লিখিছেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
18 APR 2022 11:34AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জনসাধাৰণৰ অংশগ্ৰহণে দেশৰ উন্নয়নত এক নতুন শক্তি প্ৰদান কৰিছে আৰু স্বচ্ছ ভাৰত অভিযান ইয়াৰ এক উদাহৰণ।
শ্ৰী মোদীয়ে কয় যে শৌচালয় নিৰ্মাণেই হওঁক বা আৱৰ্জনা নিষ্কাশনেই হওঁক, ঐতিহ্য সংৰক্ষণেই হওঁক বা স্বচ্ছতাৰ প্ৰতিযোগিতাই হওঁক, দেশখনে আজি স্বচ্ছতাৰ ক্ষেত্ৰত নতুন কাহিনী লিখিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
"স্বচ্ছ ভাৰত অভিযানটো হৈছে জনসাধাৰণৰ অংশগ্ৰহণে কেনেদৰে এখন দেশৰ উন্নয়নত নতুন শক্তি যোগাব পাৰে, তাৰ এক প্ৰত্যক্ষ প্ৰমাণ। শৌচালয় নিৰ্মাণেই হওঁক বা আৱৰ্জনা নিষ্কাশনেই হওঁক, ঐতিহাসিক ঐতিহ্য সংৰক্ষণেই হওঁক বা স্বচ্ছতাৰ প্ৰতিযোগিতাই হওঁক, দেশখনে আজি স্বচ্ছতাৰ ক্ষেত্ৰত নতুন কাহিনী লিখিছে।"
***
DS/ST/SB
(ৰিলিজ আই ডি : 1818075)
অতিথি কক্ষ : 201
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam