প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ ওপৰত আধাৰিত এখন আলোচনী শ্বেয়াৰ কৰে ২৪ এপ্ৰিলত পৰৱৰ্তী মন কী বাত

प्रविष्टि तिथि: 17 APR 2022 8:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ শেহতীয়া খণ্ডৰ ওপৰত আধাৰিত এখন আলোচনী শ্বেয়াৰ কৰিছে। তেওঁ দেশবাসীক ২৪ এপ্ৰিলত সম্প্ৰচাৰ হ’বলগীয়া মন কী বাতৰ পৰৱৰ্তী খণ্ড শুনিবলৈও আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ যোৱা মাহৰ #MannKiBaat ওপৰত ইয়াত এখন আকৰ্ষণীয় আলোচনী আছে য'ত আমি ভাৰতৰ ৰপ্তানিত উত্থান, আয়ুৰ্বেদ ষ্টাৰ্ট-আপ, পানী সংৰক্ষণ আৰু পৰম্পৰাগত মেলাৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিলো। ২৪ এপ্ৰিলত সম্প্ৰচাৰ হ’বলগীয়া মন কী বাতৰ পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পাম।

http://davp.nic.in/ebook/mib/MannKiBaat_Hindi/index.html"

 

***

DS/MS


(रिलीज़ आईडी: 1818010) आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam