প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জনহিতৈষী তথা মানৱতাবাদী বিলকিছ এধীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 16 APR 2022 6:40PM by PIB Guwahati

জনহিতৈষী তথা মানৱবতাবাদী নেত্ৰী বিলকিছ এধীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে জীৱন জুৰি উত্সৰ্গিত মনোভাৱৰে তেওঁ কৰি যোৱা মানৱতাবাদী কাম-কাজে সমগ্ৰ পৃথিৱীৰ জনসাধাৰণৰ জীৱনক বাৰুকৈয়ে স্পৰ্শ কৰিছিল।

 

এই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

 

“বিলকিছ এধীৰ প্ৰয়াণত মই গভীৰ  শোক প্ৰকাশ কৰিছো। মানৱতাবাদী কাম-কাজৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা উত্সৰ্গিত মনোভাৱে সমগ্ৰ পৃথিৱীৰ জনসাধাৰণৰ জীৱনকে স্পৰ্শ কৰিছিল। ভাৰতৰ নাগৰিকসকলেও তেওঁৰ স্মৃতি শ্ৰদ্ধাৰে সুঁৱৰিব। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো”।

 

***

DS/ST/KB


(रिलीज़ आईडी: 1817989) आगंतुक पटल : 217
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam