প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰে মিলিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 13 APR 2022 10:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে মিলিত হয় আৰু গ্ৰামোন্নয়ন আৰু সামাজিক প্ৰগতিৰ অৰ্থে জনশক্তিক ব্যৱহাৰৰে সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে।

 

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"কালি গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয়। আমি গ্ৰামোন্নয়ন আৰু সামাজিক প্ৰগতিৰ অৰ্থে জনশক্তিক ব্যৱহাৰৰে সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে কথা পাতো।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1817446) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam