প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বৈশাখী উপলক্ষে ৰাইজক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 14 APR 2022 9:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশাখী উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

 

"সকলোকে বৈশাখীৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱে আমাৰ সকলোৰে জীৱন আনন্দময় কৰি তোলক আৰু সকলোৰে মংগল হওক, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে জীৱনত সফলতা আৰু সমৃদ্ধি লাভ কৰক।"

 

 ***

DS/ST/KG


(रिलीज़ आईडी: 1817445) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam