প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গ্ৰেমী বিজেতা ৰিকী কেজে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 14 APR 2022 8:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেমী বিজেতা ভাৰতীয় সংগীতজ্ঞ ৰিকী কেজৰ সৈতে নিজৰ সাক্ষাতত প্ৰসন্নতা ব্যক্ত কৰিছে। ভৱিষ্যতৰ বাবে তেওঁক শুভকামনা জনাই প্রধানমন্ত্রীয়ে কয়, 'সংগীতৰ প্ৰতি আপোনাৰ অনুৰাগ তথা উৎসাহ আৰু বাঢ়ি গৈ আছে।'

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

'আপোনাৰ সৈতে লগ হৈ আনন্দিত হ'লো ৰিকী কেজ! সংগীতৰ প্ৰতি আপোনাৰ অনুৰাগ তথা উৎসাহ আৰু বাঢ়ি গৈ আছে। ভৱিষ্যতৰ বাবে আপোনাক শুভকামনা।'

 

***

DS/ST


(रिलीज़ आईडी: 1817169) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam