প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পবিত্ৰ ৰমজান মাহ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 APR 2022 9:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰিছো এই পবিত্ৰ মাহটোৱে মানুহক দৰিদ্ৰজনক সহায় কৰিবলৈ অনুপ্ৰাণিত কৰিব। ৰমজানে আমাৰ সমাজত শান্তি, সম্প্ৰীতি আৰু একতাৰ এনাজৰী অধিক কটকটীয়া কৰিব বুলি মই দৃঢ় বিশ্বাসী।"
***
DS/SH/MS
(रिलीज़ आईडी: 1815897)
आगंतुक पटल : 220
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam