প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গ্ৰেমীত শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভৰ বাবে ফাল্গুনী শ্বাহক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 05 APR 2022 10:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেমীত শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভৰ বাবে ফাল্গুনী শ্বাহক অভিনন্দন জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"গ্ৰেমীত শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভৰ বাবে ফাল্গুনী শ্বাহক অভিনন্দন জনাইছো। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰাজিৰ বাবে শুভকামনা জনালো।"

***

DS/SH/SB


(ৰিলিজ আই ডি : 1814023) অতিথি কক্ষ : 251