প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 01 APR 2022 11:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

"মই মহামহিম ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ অজস্ৰজনৰ হৃদয়ত বাস কৰে। আমি তেওঁৰ অপৰিসীম সমাজ সেৱা আৰু স্বাস্থ্য তথা শিক্ষাৰ ক্ষেত্ৰত অনবদ্য অৰিহণাক সদায় স্মৰণ কৰি থাকিম। আমি তেওঁৰ সপোন পূৰ্ণ কৰাৰ দিশত কাম কৰি আছো।"

*****

DS/ST/MS


(ৰিলিজ আই ডি : 1812589) অতিথি কক্ষ : 152