প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২৯ মাৰ্চত মাতুৱা ধৰ্ম মহামেলা সম্বোধন কৰিব

प्रविष्टि तिथि: 28 MAR 2022 5:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰ জীৰ ২১১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ২৯ মাৰ্চৰ নিশা ৯বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে পশ্চিম বংগৰ ঠাকুৰবৰীস্থিত শ্ৰীধাম ঠাকুৰনগৰত মাতুৱা ধৰ্ম মহামেলা সম্বোধন কৰিব।

শ্ৰী হৰিচান্দ ঠাকুৰ জীয়ে প্ৰাক-স্বাধীনতাৰ যুগত অবিভক্ত বংগৰ নিপীড়িত আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ বাবে সমগ্ৰ জীৱন উচ্ছৰ্গা কৰিছিল। 

সৰ্বভাৰতীয় মাতুৱা মহাসংঘই ২৯ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ মাতুৱা ধৰ্ম মহামেলা ২০২২ আয়োজন কৰিছে।

***

DS/ST/AK/MS


(रिलीज़ आईडी: 1811307) आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam