প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে যোগাভ্যাসৰ বাবে কেইবাখনো দেশৰ লোকক একত্ৰিত কৰাত দোহা, কটৰস্থিত ভাৰতীয় দূতাৱাসৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
26 MAR 2022 9:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাভ্যাসৰ বাবে কেইবাখনো দেশৰ লোকক একত্ৰিত কৰিবলৈ দোহা, কটৰস্থিত ভাৰতীয় দূতাৱাসে চলোৱা গুৰুত্বপূৰ্ণ প্ৰয়াসক প্ৰশংসা কৰিছে। তেওঁ লগতে কয় যে ভাল স্বাস্থ্য আৰু আৰোগ্য সন্দৰ্ভত যোগে সমগ্ৰ বিশ্বক একতাৰ সূত্ৰত বান্ধি আছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"ভাল স্বাস্থ্য আৰু আৰোগ্য সন্দৰ্ভত যোগে সমগ্ৰ বিশ্বক একতাৰ সূত্ৰত বান্ধি আছে। কেইবাখনো ৰাষ্ট্ৰৰ লোকক যোগাভ্যাসৰ বাবে একত্ৰিত কৰাৰ @IndEmbDoha ৰ মহৎ প্ৰয়াস।”
***
DS/ST
(रिलीज़ आईडी: 1810927)
आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam