প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰচি লহোটীৰ মৃত্যুত শোক প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
24 MAR 2022 9:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰচি লহোটীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"প্ৰাক্তন চিজেআই আৰচি লহোটী জীৰ দেহাৱসানত ব্যথিত। ন্যায়পালিকালৈ আগবঢ়োৱা অৱদান আৰু অৱহেলিতৰ ক্ষীপ্ৰ ন্যায় নিশ্চিতকৰণত গুৰুত্ব আৰোপৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।"
***
DS/ST/SB
(रिलीज़ आईडी: 1810897)
आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam