প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পদ্ম বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ
Posted On:
21 MAR 2022 10:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা পদ্ম বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক পদ্ম বঁটা প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। তেওঁলোকৰ সফলতা আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আমি গৌৰৱান্বিত।"
***
DS/ST/KG
(Release ID: 1807997)
Visitor Counter : 177
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam