প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ৰাজ্য স্থাপনা দিৱস’ উপলক্ষে অৰুণাচল প্ৰদেশ বাসীলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
20 FEB 2022 9:11AM by PIB Guwahati
‘ৰাজ্য স্থাপনা দিৱস’ উপলক্ষে অৰুণাচল প্ৰদেশ বাসীলৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“ৰাজ্য স্থাপনা দিৱস’ত অৰুণাচল প্ৰদেশ বাসীলৈ শুভকামনা জনাইছো। বিশাল প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমী হিচাপে ৰাজ্যখনৰ অধিবাসীসকলৰ প্ৰসিদ্ধি আছে। আগন্তুক দিনবোৰত ৰাজ্যখনে বিকাশৰ নতুন শিখৰ স্পৰ্শ কৰক”।
***
DS/SH/KB
(रिलीज़ आईडी: 1799986)
आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam