প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধা জনায়
प्रविष्टि तिथि:
19 FEB 2022 8:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁৰ উৎকৃষ্ট নেতৃত্ব আৰু সমাজ কল্যাণত আৰোপিত শক্তিয়ে বহু প্ৰজন্ম ধৰি মানুহক প্ৰেৰণা দি আছে।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়;
"মই ছত্ৰপতি শিৱাজী মহাৰাজক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ উৎকৃষ্ট নেতৃত্ব আৰু সমাজ কল্যাণত আৰোপিত শক্তিয়ে বহু প্ৰজন্ম ধৰি মানুহক প্ৰেৰণা দি আছে। যেতিয়া সত্য আৰু ন্যায়ৰ মূল্যৰ বাবে থিয় দিয়াৰ কথা আহিল, তেতিয়া তেওঁ সদায় আগত আছিল। আমি তেওঁৰ দৃষ্টিক সম্পূৰ্ণ কৰিবলৈ সংকল্পবদ্ধ।"
***
DS/SH
(रिलीज़ आईडी: 1799790)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam