প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশৰ ১০০টা স্থানত ‘কিষাণ ড্ৰোন’-য়ে কাম আৰম্ভ কৰা দেখি আনন্দিত হৈছো বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 19 FEB 2022 11:14AM by PIB Guwahati

দেশৰ ১০০টা স্থানত ‘কিষাণ ড্ৰোন’-য়ে কাম আৰম্ভ কৰা দেখি আনন্দিত হৈছো বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“দেশৰ ১০০টা স্থানত ‘কিষাণ ড্ৰোন’-য়ে কাম আৰম্ভ কৰা দেখি আনন্দিত হৈছো। উজ্জীৱিত ষ্টাৰ্টআপ-ৰ এয়া নিতান্তই প্ৰশংসনীয় উদ্যোগ,@গৰুড়া ভাৰত।

উদ্ভাৱনশীল প্ৰযুক্তিয়ে আমাৰ খেতিয়কসকলৰ সবলীকৰণৰ লগতে কৃষিক অধিক লাভজনক কৰি তুলিব”।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1799788) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam