প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম বাৰ্ষিকীত ‘তামিল থাথা’ ইউ. ভি. স্মামীনাথন আয়াৰক স্মৰণ প্ৰধানমন্ত্ৰীৰ

Posted On: 19 FEB 2022 9:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘তামিল থাথা’ ইউ. ভি. স্মামীনাথা আয়াৰৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক স্মৰণ কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“জন্ম বাৰ্ষিকীত ‘তামিল থাথা’ ইউ. ভি. স্মামীনাথা আয়াৰক স্মৰণ কৰিছো৷ তামিল সংস্কৃতি আৰু ভাষাৰ প্ৰতি তেওঁৰ অৱদান প্ৰশংসনীয়৷ তেওঁ সংগ্ৰাম যুগৰ কামসমূহ জনপ্ৰিয় কৰাৰ লগতে আপুৰুগীয়া ঐতিহ্য সংৰক্ষণত সহায় কৰিছিল৷ তেওঁ সমৃদ্ধ ৰচনাৱলী অধ্যয়নৰ বাবে নৱপ্ৰজন্মক আহ্বান জনাইছো৷”

 

***

DS/SH/DB



(Release ID: 1799782) Visitor Counter : 98