প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

'ভাৰত ৰত্ন' লতা মংগেশকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - এক বিশেষ বন্ধন

পোষ্ট কৰা হৈছে: 06 FEB 2022 5:03PM by PIB Guwahati

লতা মংগেশকাৰ জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ বন্ধনৰ বিষয়ে প্ৰস্তুত কৰা এটা লেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৱেবছাইট narendramodi.in প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইট

"‘ভাৰতৰত্ন লতা দিদি আৰু প্ৰধানমন্ত্ৰী  ⁦@narendramodi⁩ – এক বিশেষ বন্ধন।

https://t.co/tiSTrSm715

NaMo App ৰ জৰিয়তে"

 

***

DS/SH/RD


(ৰিলিজ আই ডি : 1796333) অতিথি কক্ষ : 158