বিত্ত মন্ত্ৰালয়

২০২১-২২ বিত্তীয় বৰ্ষৰ অৱশিষ্ট সময়ত ৰাজ্যসমূহক মূলধন বিনিয়োগৰ বাবে আর্থিক সহায়ৰ বাবদ ১৫,০০০ কোটি টকা প্ৰদান কৰা হ’ব


২০২২-২৩ বিত্তীয় বৰ্ষত অর্থনীতিত সামগ্ৰিক বিনিয়োগৰ বাবে ১লাখ কোটি টকা ধাৰ্য

ৰাজ্যসমূহক জিএচডিপিৰ ৪% বিত্তীয় পুৰণৰ অনুমতি দিয়া হৈছে

Posted On: 01 FEB 2022 1:03PM by PIB Guwahati

২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যসমূহক মূলধন বিনিয়োগৰ বাবে আর্থিক সহায় বাবদ ১০,০০০ কোটি টকা দিৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু ২০২১-২২ বিত্তীয় বৰ্ষত অশিষ্ট সময় এই পৰিমাণ বৃদ্ধি কৰি,০০০ কোটি টকা আৱণ্টন কৰা হৈছে৷ কেন্দ্রীয় বিত্ত আৰু কর্পৰেট পৰিক্ৰমা মন্ত্রী শ্রীমতী নির্মলা সীতাৰমনেজি সংসদ ২০২২-২৩ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰাৰ সময় এই তথ্য সদৰি কৰে৷

মন্ত্রীগৰাকীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত অর্থনীতিত সামগ্ৰিক বিনিয়োগৰ বাবেলাখ কোটি টকা ধাৰ্য কৰাৰ প্রস্তা দিয়ে৷ ৰাজ্যসমূহে সাধাৰণতে যি ঋণ ’ব পাৰেয়া তাৰ অতিৰিক্ত মুলধন৷ ইয়াৰ অধীনত ৰাজ্যসমূহক ৫০ বছৰলৈ সুদমুক্ত এই ঋণ প্ৰদান কৰাব৷ ধাৰ্য কৰা ধন পিএম গতিশক্তি প্রকল্প ব্যয় কৰা হব৷তদুপৰি, ৰাজ্যসমূহে প্ৰধানমন্ত্ৰী গ্রাম ড়ক যোজনা, অর্থনীতিৰ ডিজিটেইজে, নগৰ উন্নয়ন পৰিকল্পনা আৰু পৰির্তনযোগ্য উন্নয়ন সংক্রান্তীয় অধিকাৰ ক্ষেত্র সেয়া ব্যয় কৰিব পাৰিব৷ বিত্তমন্ত্রীয়ে জনায় যে পঞ্চদশ বিত্ত আয়োগপৰামৰ্শক্রমে ৰাজ্যসমূহে ইয়ামুঠ ভ্যন্তৰীণ উপাদনৰ ৪ শতাংশ ধন বিত্তীয় ঘাটি পুৰণত ঋণ ল’ব পাৰে৷ ইয়াৰ ভিতৰত ০.৫ শতাংশ ধন বিদ্যু খণ্ডত সংস্কাৰৰ বাবে ঋণ হিচাপে পোৱা যাব৷ ই সংক্রান্তীয় চর্তাৱলী ২০২১-২২ চনত প্রকাশ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে জনায় যে ৰাজ্যসমূহে যাতে তেওঁৰ মূলধন উপাদনশীল সম্পদ আৰু কর্মসংস্থান সৃষ্টিত ব্যয় কৰিব পাৰে তাৰ বাবে তেওঁলোকক সহায় কৰিবলৈ কেন্দ্র চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

 

***

RM/BB/BY/MK/DB



(Release ID: 1794632) Visitor Counter : 247