প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাবাসীক তেওঁলোকৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 21 JAN 2022 9:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাবাসীক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;


"মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাবাসীক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনাইছো। এই ৰাজ্যসমূহে ভাৰতৰ উন্নয়নত জীৱন্ত অৱদান আগবঢ়াই আছে। আমি তেওঁলোকৰ নিৰন্তৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰোঁ।"


***


DS/SH/RD



(Release ID: 1792927) Visitor Counter : 129