প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য মাৰ্ক ৰুটক তেওঁৰ চতুৰ্থ কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

प्रविष्टि तिथि: 11 JAN 2022 11:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য মাৰ্ক ৰুটক তেওঁৰ চতুৰ্থ কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"মোৰ মৰমৰ বন্ধু প্ৰধানমন্ত্ৰী শ্ৰী মাৰ্ক ৰুটক তেওঁৰ চতুৰ্থ কাৰ্যকালৰ বাবে শুভেচ্ছা জনাইছো। মই নিশ্চিত যে আমি একেলগে ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত ব্যাপক অংশীদাৰীত্বক নতুন উচ্চতালৈ লৈ যাম। ''

 

***

DS/SH/RD


(रिलीज़ आईडी: 1789860) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada