প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম বাৰ্ষিকী উপলক্ষে ৰাণী ভেলু নাচিয়াৰক স্মৰণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 JAN 2022 11:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"সাহসী ৰাণী ভেলু নাচিয়াৰক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰিছো। তেওঁৰ অদম্য সাহসিকতাই আহিবলগীয়া প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি যাব। ঔপনিৱেশিকতাৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ দৃঢ় অংগীকাৰ আছিল লক্ষণীয়। তেওঁ আমাৰ নাৰী শক্তিৰ উদ্দীপনাৰ মূৰ্ত প্ৰতীক।"
***
DS/SH/SB
(रिलीज़ आईडी: 1789838)
आगंतुक पटल : 229
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam