প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰপ্ৰদেশৰ সদগুৰু সদাফালদেও বিহংগম যোগ সংস্থাৰ ৯৮সংখ্যক বাৰ্ষিক উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 14 DEC 2021 6:52PM by PIB Guwahati

হৰ হৰ মহাদেও!

শ্ৰী সদগুৰু চৰণ কমলেভ্যো নমঃ

মঞ্চত উপস্থিত উত্তৰ প্রদেশৰ ৰাজ্যপাল শ্রীমতী আনন্দিবেন পেটেলজী, উত্তৰ প্রদেশৰ কর্মযোগী মুখ্যমন্ত্রী শ্রী যোগী আদিত্যনাথজী, সদগুৰু আচার্য শ্রী স্বতন্ত্রদেওজী মহাৰাজ, সন্ন্যাসী প্রবৰ শ্রী বিজ্ঞানদেওজী মহাৰাজ, মোৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ সদস্য আৰু স্থানীয় সাংসদ শ্রী মহেন্দ্রনাথ পাণ্ডেজী, ইয়াৰ স্থানীয় জনপ্রতিনিধি আৰু আপোনালোকৰ প্রিয় বিধায়ক তথা যোগীজী চৰকাৰৰ মন্ত্রী শ্রী অনিল ৰাজভৰজী, দেশবিদেশৰ পৰা সমবেত সাধক আৰু ভক্তবৃন্দ,

ভাই-ভনীসকল,

কাশীৰ প্রাণশক্তিতো অক্ষুন্ন আছে। ই সদায় বিস্তাৰ লাভ কৰিছে। কালি কাশী অনিন্দ্যসুন্দৰ বিশ্বনাথ ধামমহাদেওৰ চৰণত অর্পণ কৰিলো। আজি বিহংগম যোগ সংস্থানৰ এই অদ্ভু কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই দিব্যভূমিত ঈশ্বৰে নিজৰ বহু ইচ্ছা পূৰণৰ বাবে সাধুসকলক নিমিত্ত কৰি তোলে। যেতিয়া সন্ন্যাসীসকলে সাধনা পূণ্যফল অর্জন কৰে, তেতিয়া আনন্দময় সংযোগো এটাৰ পাছএটা ৰচনা হৈ থাকে।

আজি মই দেখিছো অখিল ভাৰতীয় বিহংগম যোগ সংস্থানৰ ৯৮সংখ্যক বার্ষিক উসৱ, স্বাধীনতা আন্দোলনত সদগুৰু সদাফলদেওজীৰ কাৰাগাৰ যাত্রাৰ শততম বর্ষ আৰু দেশৰ স্বাধীনতাৰ অমৃত মহোসৱ। আমি সকলোৱেই এইবোৰৰ সাক্ষী হৈছো। এই সকলো সংযোগৰ লগতে আজি গীতা জয়ন্তীৰো পুণ্য অৱসৰ। আজিৰ দিনতে কুৰুক্ষেত্র যুদ্ধভূমিত যেতিয়া সেনাসকলে মুখামুখিকৈ থিয় দিছিল, মানৱতাই তেতিয়া যোগ, আধ্যাত্ম আৰু পৰমার্থৰ পৰম জ্ঞান পাইছিল। মই এই উপলক্ষে ভগৱান শ্রীকৃষ্ণৰ চৰণত প্রণাম জনাই আপোনালোক সকলোকে গীতা জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জনাইছো।

ভাই-ভনীসকল,

সদগুৰু সদাফলদেওজীৰ সমাজৰ জাগৰণৰ বাবে, ‘বিহংগম যোগএ প্রত্যেক ব্যক্তিৰ ওচৰত পোৱাবলৈ যজ্ঞ কৰিছিল। আজি সেই সংকল্পৰ বীজ আমাৰ সন্মুখত ইমান ডাঙৰ বটবৃক্ষৰূপে ধৰা দিছে। আজি ৫১০১টা যজ্ঞকুণ্ডক বিশ্ব শান্তি বৈদিক মহাযজ্ঞৰূপে ইমান যোগাসন প্রশিক্ষণ শিবিৰ ৰূপে, ইমানবোৰ সেৱা প্রকল্পৰূপে আৰু লাখ লাখ সাধকৰ এই বিশাল পৰিয়ালৰূপে মই সেই সাধু সংকল্পৰ সিদ্ধিক অনুভৱ কৰিছো।

মই সদগুৰু সদাফলদেওজীক প্রণাম জনাইছো। তেওঁৰ আধ্যাত্মিক উপস্থিতিক প্রণাম জনাইছো। মই শ্রী স্বতন্ত্রদেও মহাৰাজ আৰু শ্রী বিজ্ঞানদেও মহাৰাজকো কৃতজ্ঞতা জনাব বিচাৰিছো, যিসকলে এই পৰম্পৰাক সজীৱ কৰি ৰাখিছে, সঞ্জীৱিত কৰি ৰাখিছে, নতুন বিস্তাৰ দিছে আৰু এইদৰেই আজি এক অনিন্দ্য সুন্দৰ আধ্যাত্মিক ভূমিৰ নির্মাণ হৈছে। মোৰ এয়া চোৱাৰ সৌভাগ্য হৈছে। যেতিয়া ইয়াৰ কাম সম্পূর্ণ হ, তেতিয়া কেৱল কাশীৰ বাবেই নহয়, ভাৰতৰ বাবে এক বহুত ডাঙৰ উপহাৰ হৈ উঠিব।

বন্ধুসকল,

আমাৰ দেশ ইমানেই অদ্ভু যে ইয়াত যেতিয়াই সময় প্রতিকূল হয়, তেতিয়াই কোনোবা এগৰাকী সাধু মহাপুৰুষে সময়ৰ ধাৰাক মানৱতাৰ অনুকূল কৰে তোলে। এয়াই সেই ভাৰত যাৰ স্বাধীনতা সংগ্রামৰ আটাইতকৈ ডাঙৰ নায়কক বিশ্ববাসীয়ে মহাত্মাবুলি মাতে। এয়াই সেই ভাৰত, ত স্বাধীনতাৰ ৰাজনৈতিক আন্দোলনৰ মাজতো আধ্যাত্মিক চেতনা ক্রমাগত প্রবাহিত হৈ থাকে। এই ভাৰতেই হল এনে দেশ, ত সাধকৰ প্রতিষ্ঠানে নিজৰ বর্ষপূর্তি উসৱক স্বাধীনতাৰ অমৃত মহোসৱৰূপে পালন কৰিছে।

বন্ধুসকল,

ইয়াত প্রতিগৰাকীক সাধক গৌৰবান্বিত। কাৰণ তেওঁলোকক প্রত্যক্ষভাৱে গুৰুদেৱে স্বাধীনতা সংগ্রামৰ পথ দেখুৱাইছিল। অসহযোগ আন্দোলনত জেললৈ যোৱাৰ আগতে ব্যক্তিসকলৰ মাজত সন্ন্যাসী সদাফলদেওজীও আছিল।জেলতে তেওঁ স্বর্বেদভাৱনাসমূহ মন্থন কৰে। জেলৰ পৰা ওলাই অহাৰ পাছত তেওঁ ইয়াক মূর্তৰূপ দিয়ে।

বন্ধুসকল,

কেইবাশ বছৰৰ ইতিহাসত আমাৰ স্বাধীনতা সংগ্রামৰ এনে কিমান যে দিশ আছে, যিবোৰে দেশক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এনে কিমান সন্ন্যাসী আছিল, যিসকলে আধ্যাত্মিক তপস্যা বাদ দি স্বাধীনতাৰ বাবে যুঁজ দিছিল। আমাৰ স্বাধীনতা সংগ্রামৰ এই আধ্যাত্মিক ধাৰা সম্পর্কে ইতিহাসত সেইদৰে লিখা হোৱা নাই, যিদৰে লিখিব লাগিছিল। আজি যেতিয়া মই স্বাধীনতাৰ অমৃত মহোসৱ পালন কৰিছো, তেতিয়া এই ধাৰাক সন্মুখলৈ অনাটো আমাৰ দায়িত্ব। সেইবাবে আজি দেশে স্বাধীনতাৰ যুদ্ধত ইয়াৰ তকালীন গুৰুদেও সন্ন্যাসী আৰু তপস্বীসকলৰ অৱদানক স্মৰণ কৰিছে। নতুন প্রজন্মক তেওঁলোকৰ অৱদান সম্পর্কে পৰিচিত কৰাইছে। মই অতিশয় আনন্দিত যে এই বিহংগম যোগ সংস্থানেও এই ক্ষেত্রত সক্রিয় ভূমিকা পালন কৰিছে।

বন্ধুসকল,

ভৱিষ্যতৰ ভাৰতক সুদৃঢ় কৰাৰ বাবে নিজৰ পৰম্পৰা, নিজৰ জ্ঞানদর্শনৰ বিস্তাৰ আজি সময়ৰ আহ্বান। এই সিদ্ধিৰ বাবে কাশীৰ দৰে আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্র এক কার্যকৰী মাধ্যম হৈ উঠিব পাৰে। আমাৰ সভ্যতাৰ এই প্রাচীন চহৰে সমগ্ৰ বিশ্বক পথ দেখুৱাব পাৰে। বেনাৰসৰ দৰে চহৰসমূহে কঠিনতম সময়তো ভাৰতৰ পৰিচয়ৰ, কলা-সংস্কৃতিৰ, শিল্পদ্যোগৰ বীজ সংৰক্ষিত কৰি ৰাখিছে। যত বীজ থাকে, বৃক্ষ তাৰ পৰাই বিস্তাৰ লাভ কৰিবলৈ আৰম্ভ কৰে। সেইবাবে মই যেতিয়া বেনাৰসৰ উন্নয়নেৰ কথা কও, তেতিয়া ইয়াৰ পৰা সম্পূর্ণ ভাৰতৰ উন্নয়নৰ ৰোডমেপো ৰচনা হয়।

ভাই-ভনীসকল,

আজি লাখ লাখ মানুহ ইয়াত উপস্থিত হৈছে, আপোনালোকে ভিন্ন ৰাজ্যৰ পৰা, ভিন্ন স্থানৰ পৰা আহিছে। আপোনালোকে কাশীত নিজৰ শ্রদ্ধা, নিজৰ বিশ্বাস, নিজৰ প্রাণশক্তি, আৰু তাৰ সৈতে অসীম সম্ভাৱনাময় কিমান কি যে আনিছে। আপোনালোকে যেতিয়া কাশীৰ পৰা যাব, তেতিয়া নতুন সংকল্প, ইয়াৰ আর্শীবাদ, ইয়াৰ অভিজ্ঞতা-কিমান কি যে লৈ যাব। কিন্তু সেই দিনটোৰ কথা মন কৰক, যেতিয়া আপোনালোক ইয়ালৈ আহিছিল, তেতিয়া কি পৰিস্থিতি আছিল। যি স্থান ইমানেই পবিত্র তাৰ লেতেৰা অৱস্থাই জনগণক  নিৰাশ কৰিছিল। কিন্তু আজি সেই পৰিস্থিতি সলনি হৈছে। আজি যেতিয়া দেশবিদেশৰ পৰা মানুহ আহে, তেতিয়া বিমান বন্দৰৰ পৰা বাহিৰ হওতেই তেওঁলোকৰ ভাৱ হয় বহুত কিছু সলনি হৈছে। বিমান বন্দৰৰ পৰা পোনপটীয়াকৈ চহৰলৈ আহিবলৈ এতিয়া সিমান দেৰি নালাগে। ৰিং ৰোডৰ কামো কাশীয়ে ৰেকর্ড সময়ত সম্পূর্ণ কৰিছে। ডাঙৰ আৰু গধুৰ যানবাহন আৰু বাহিৰৰ সকলো গাড়ী এতিয়া বাহিৰে বাহিৰে যায়। বাৰাণসীগামী বহুত পথো এতিয়া প্রশস্ত কৰা হৈছে। যিসকলে পথেৰে বাৰাণসীলৈ আহে, তেওঁলোকে এতিয়া কিমান সুবিধা পাইছে, সেয়া মই ভালদৰেই বুজি পাও।

ইয়ালৈ অহাৰ পাছত আপোনালোকৰ কোনোৱে হয়তো বাবা বিশ্বনাথক দর্শন কৰিবলৈ যাব, কোনোৱে গংগাৰ ঘাটলৈ যাব, প্রত্যেক স্থানত কাশীৰ মহিমাৰ অনুৰূপ আভা বৃদ্ধি পাইছে কাশীত বিদ্যুততাঁৰবিশৃংখলতাৰ বিপৰীতে মাটিৰ তলেৰে সংস্থাপনৰ কালিছে। লাখ লাখ লিটাৰ পয়ঃপ্রণালীৰ পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হৈছে এই উন্নয়নৰ দ্বাৰা ইয়াৰ আস্থা, আধ্যাত্মিকতা আৰু পর্যটনৰ লগতে ইয়াৰ কলা, সংস্কৃতিও লাভবান হৈছে

বাণিজ্য সুবিধা কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ৰুদ্রাক্ষ কনভেনচেণ্টাৰ বা তাঁতি কাৰিকৰসকলৰ বাবে যিবোৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে, সেইবোৰেও আজি কাশীৰ দক্ষতাক নতুন শক্তি যোগাইছে৷ স্বাস্থ্য খণ্ডতো আধুনিক সেৱাসমূহৰৰু অধিক আন্তঃগাঁথনিবাবে বাৰাণসী এতিয়া ডাঙৰ চিকিসা কেন্দ্ৰস্থল হৈঠিছে।

বন্ধুসকল,

মই যেতিয়া কাশীলৈহো বা যেতিয়া দিল্লীত থাকো, তেতিয়া বাৰাণসীৰ নির্মীয়মাণ উন্নয়নমূলক কাম-কাজসমূহক গতি প্রদান কৰো৷ কালি নিশা ১২.৩০ বজাৰ পাছত এই সুযোগ পাইছো৷ মই তাৰ পৰা কাশীত চলি থকা কামবোৰ চোৱাৰ বাবে গৈছিলোগৌদুলিয়াত যি সৌন্দৰ্যবৰ্ধনৰ কা হৈছে, সেয়া চাবলগীয়া৷ তাত বহু লোকৰ সৈতে মোৰ কথা হৈছে মই মডুয়াডিহতে বাৰাণসী ৰেৱে ষ্টেচনো চালোএই ষ্টেচৰো এতিয়া নবীকৰণ হৈছে। পুৰণিৰ সৈতেতু ধাৰণ কৰা বাৰাণসী চহৰ আজি নতুন দিশা দেখুৱাইছে৷

বন্ধুসকল,

এই উন্নয়নৰ ইতিবাচক প্রভা বাৰাণসীলগতে ইয়ালৈ অহা পর্যটকসকলপৰতোৰিছে। মই যদি ২০১৯২০ৰ কথা কও, তেতিয়ালে ২০১৪১৫ৰ তুলনা ইয়ালৈ অহা পর্যটকসকলৰ সংখ্যা দুগুণ হৈছে ২০১৯২০ৰোনাৰ সময় কেৱল বাবতপুৰ বিমান বন্দৰৰ পৰাই ৩০লক্ষাধিক যাত্রী অহা-যোৱাৰিছিল৷ এই পৰিৱর্তনৰ জৰিয়তে কাশীয়ে এইটো দেখুৱাইছে যে ইচ্ছাশক্তি থাকিলে আৰু পৰিৱর্তন আহিব পাৰে

এই পৰিৱর্তন আজি আমাৰ অন্যান্য তীর্থস্থানসমূহতো দেখা গৈছে৷ কেদাৰনাথে যেতিয়া বহু সমস্যাৰ সম্মুখীন হৈছিল, ২০১৩ চনৰ চৰম বিপর্যয়ৰ পাছত তাত মানুৰ যাতায়াত কমি গৈছিল। কিন্তু এতিয়া তাতো ৰেকর্ড সংখ্যক ভক্ত আহিছে৷ ইয়াৰ ফলত উন্নয়ন আৰু কর্মসংস্থানৰ অপৰিসীম স্থানঢ়িঠিছে। যু-সম্প্রদায়ৰ সপোনবোৰতৰু অধিক শক্তি সঞ্চাৰ হৈছে এই বিশ্বাস আজি সমগ্ৰ দেশ পৰিলক্ষিত হৈছে৷ এই গতিয়ে আজি দেশ উন্নয়নৰ নতুন নতুন দৃষ্টান্ত স্থাপন কৰিছে

সদগুৰু সদাফলদেওজিয়ে তেওঁ ৰচিত স্বর্বেদ কৈছে

দয়া কৰে সব জীৱ পৰ, নীচ উচ নেহি জান।

দেখে অন্তৰ আত্মা, ত্যাগ দেহ অভিমান।।

অর্থা সকলোৰে প্ৰতি মৰম, কলোৰে প্রতি কৰুণা, চ্চ, নীচ্চ বৈষম্যৰ পৰা মুক্তিয়াইতো আজি দেশৰ প্রেৰণা। আজি দেশৰ মন্ত্র হসবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস মই মোৰ স্বার্থৰ পৰা ঊৰ্ধ্বত থাকি আজি দেশে সবকা প্রয়াসএই সংকল্প লৈ আগুৱাই গৈছে

বন্ধুসকল,

স্বাধীনতা সংগ্রামৰ সময় সদগুৰুৱে আমা মন্ত্র দিছিল স্বদেশী আন্দোলনৰ আজি সেই ভাৱেৰে দেশ আত্মনির্ভৰ ভাৰত অভিযানআৰম্ভ কৰিছে। আজি দেশৰ স্থানীয় ব্যৱসাবাণিজ্য, সংস্থাপন, পাদিত পণ্যক শক্তি যোগাইছে৷ লোকাল ফৰ গ্লবেললৈ ৰূপান্তৰিত কৰা হৈছে৷ সদগুৰুৱে আমাক স্বর্বেদত যোগ আৰু বিহংগম যোগৰ পথো দিছিল৷ তেওঁৰ সপোন ছিল যে যোগক প্রতিজন মানুওচনৰ পোৱাব লাগিব৷ ভাৰতৰ যোগ শক্তিয়ে সমগ্ৰ বিশ্ব স্বীকৃতি পাক। আজি যেতিয়া মই সমগ্ৰ বিশ্বক যোগ দিস পালন কৰা দেখো, যোগ অনুসৰণ কৰা দেখো, তেতিয়া মোৰ মনত এনে হয় যে সদগুৰুৰ আর্শীবাদ বাস্তৱতলিয়াইছে।

বন্ধুসকল,

আজি স্বাধীনতাৰ অমৃতকাল ভাৰতৰ বাবে স্বৰাজযিমান গুৰুত্বপূর্ণ, তাতকৈও অধিক গুৰুত্বপূর্ণ হল সু-শাসন। এই দুয়োটাৰ পথ ভাৰতীয় জ্ঞানবিজ্ঞান, জীৱনশৈলী আৰু পদ্ধতিৰ পৰাই বাহিৰ হৈ আহিবমই জানো যে বিহংগম যোগ সংস্থানে বহু বছৰ ধৰি এই ভাৱনাক আগুৱাই নিছে। আপোনালোকৰ আদর্শ বাক্য হগাভো বিশ্বস্ব মাতরঃ’! গোমাতাৰ সৈতে এই সম্পর্কক সুদৃঢ় কৰাৰ বাবে, গোধনক আমাৰ গ্রামীণ অর্থনীতিৰ এক স্তম্ভ কৰি তোলাৰ বাবে দেশ যথেষ্ট প্রচেষ্টা চলি আছে।

বন্ধুসকল,

আমাৰ গোধন যাতে আমাৰ কৃষকসকলৰ বাবে কেগাখীৰৰ উস নপৰে! আমাৰ প্ৰচেষ্টা হৈছে গোবংশ দেশৰ প্রগতিৰ অন্যান্য মাত্রাকো পৰিপুষ্ট কৰে আজি সমগ্ৰ বিশ্ব স্বাস্থ্য লৈ সচেতন হৈছে ৰাসায়নিক বাদ দি বিশ্ববাসী জৈৱিক কৃষিৰ দিশে ঘূৰিহিছে। আমাৰ দেশ গোকেতিয়াবাই জৈৱিক কৃষিৰ মূল উপাদান ছিল। গোশুকুয়াই প্ৰস্তুত কৰা খৰি আমাৰ ইন্ধনৰ প্রয়োজনো পূৰণ কৰিছিল৷ আজি দেশ গোধন যোজনাৰ জৰিয়তে জৈ ইন্ধনতসাহ যোগাইছে, জৈৱিক কৃষিতকে উসাহ যোগাইছে৷ এইবোৰৰ জৰিয়তে এফালৰ পৰা পৰিৱেশৰ সুৰক্ষাও সুনিশ্চিত হৈছে৷

আজিৰ পৰা দুদিন পাছত ১৬ তাৰিখে জিৰো বাজেট নেচাৰেল ফার্মিঙৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় আঁচনিও হাতত লোৱা হ’ব৷ ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকসকলকড়তি কৰা হ’ব৷ মই বিচাৰো যে আপোনালোক সকলোৱে ১৬ ডিচেম্বৰ প্রাকৃতিক কৃষি পদ্ধতি সম্পর্কে যিমান সম্ভব তথ্য যোগাৰিব আৰু কৃষকসকলঘৰে ঘৰে গৈ কওক যে ই নে এটা মি, যাক লৈ গণ আন্দোলন হোৱা উচিত। আৰু ইয়াত আপোনালোক সকলোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে

বন্ধুসকল,

স্বাধীনতাৰ অমৃত মহোসৱত দেশে বহু সংকল্প লৈ কাম কৰিছে৷ বিহংগম যোগ সংস্থান, সদগুৰু সদাফলদেওজীৰ নির্দেশ পালন কৰি দীর্ঘদিন ৰি সমাজ কল্যাণৰ কিমান যে অভিযান হাতত লৈছে৷ আজিৰ পৰা ২ বছৰ পাছত আপোনালোকৰ দৰেকলো সাধকে ইয়াত শততম অধিৱেশনৰ বাবে একত্রিত হ ২ বছৰ অত্যন্ত উত্তম সময়।

ই কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি আপোনালোকৰ সকলোকে এটা সংকল্প গ্রহণৰ অনুৰোধ জনা বিচাৰো৷ এই সংকল্প এনে হোৱাটো বিচাৰো যাতে সদগুৰুৰ সংকল্পসমূহ সিদ্ধি আৰু যাতে দেশৰ মনোৰথ চামিল হয়। এয়ানে সংকল্প হৈঠিব পাৰে, যাক অহা  দুবছৰ গতি দি মিলাপ্ৰীতিৰে সম্পন্ন কৰিব পৰা যায়৷

সেইদৰে আনটা সংকল্প হ পাৰেআমাৰ কন্যাসকলৰ পঢ়াক লৈ, আমাৰ কন্যাসকলৰো দক্ষতা উন্নয়ন কৰিব পৰা যায়৷ নিজৰ পৰিয়ালসমান্তৰালভাৱে যিসকলে সমাজ দায়িত্ব নির্বাহ সক্ষম তেওঁলোকে জনদুজন দুখীয়া কন্যাৰ দক্ষতা উন্নয়নৰ দায়িত্ব পালন কৰক

এক সংকল্প হ পাৰে পানী সংৰক্ষণ আমাৰ নিজৰ নদীসমূহক গংগাজীক আৰু সকলো পানীৰ উসক পৰিস্কাৰ কৰি ৰাখিব লাগিব৷ আপোনালোকৰ প্রতিষ্ঠানেও নতুন অভিযান আৰম্ভ কৰিব পাৰে৷ যেনেকৈ মই আগতে কৈছো যে দেশ আজি জৈৱিক কৃষিকো গুৰুত্ব দিছে৷ ইয়াৰ বাবে লাখ লাখ কৃষক ভাই-ভনীক প্রেৰণা যোগোৱাৰ ক্ষেত্র আপোনালোকে সকলোৱে বহুত ডাঙৰ সহাৰিব পাৰে

আমাৰ নিজৰ চৌপাশ পৰিস্কাৰপৰিচ্ছন্নতাৰ দিশতো বিশেষ লক্ষ্য ৰাখিব লাগি যিকোনো ৰাজহুৱা স্থানত যাতে আৱৰ্জনা পেলোৱা হয়, সে দিশত লক্ষ্য থাকিলেও পৰমাত্মাৰ নাম আপোনালোকৰ কিবা নহয় কিবা এটা সেৱাজৰিয়তেকা নিশ্চিতভাৱে কৰিব লাগি ইয়াৰ দ্বাৰা গোটেই সমাজ উপকৃত হ

মোৰ দৃঢ় বিশ্বাস এই পবিত্র অৰী সন্ন্যাসীসকলৰ আর্শীবাদ এই সংকল্প নিশ্চিতভাৱে বাস্তবায়িত হ নতুন ভাৰতৰ সপোনো বাস্তবায়িত কৰিবলৈ সহযোগিতা কৰিব

এই বিশ্বাসয়েৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

পুজ্য স্বামীজীৰ প্রতি মই কৃতজ্ঞ যে এই গুৰুত্বপূর্ণ পবিত্র ক্ষণত মই আপোনালোকৰ মাজলৈ অহাৰ সুযোগ পালো৷ এই পবিত্র স্থানৰ দর্শনৰ সৌভাগ্য হল৷ মই পুনৰবাৰ সকলোকে কৃতজ্ঞতা জনাইছো

হৰ হৰ মহাদে!

বহুত বহুত ধন্যবাদ।

***

DS/SH/VK/AK/DB



(Release ID: 1789688) Visitor Counter : 238