প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে শ্ৰী গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ পৰ্বত জনসাধাৰণক অভিনন্দন জনায়

प्रविष्टि तिथि: 09 JAN 2022 9:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে।

 

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

 

"শ্ৰী গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ পৰ্বত অভিনন্দন। তেওঁৰ জীৱন আৰু বাৰ্তাই লাখ লাখ লোকক শক্তি দিয়ে। মই সদায় এই তথ্য যতনাই ৰাখিম যে আমাৰ চৰকাৰে তেওঁৰ ৩৫০তম প্ৰকাশ উৎসৱ পালনৰ সুযোগ লাভ কৰিছে। সেই সময়ৰ নিজৰ পাটনা যাত্ৰাৰ কিছু ৰেঙনি ভাগবাতোৱাৰা কৰিছো। https://t.co/1ANjFXI1UA"

 

***

DS/SH


(रिलीज़ आईडी: 1788863) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam