প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আৰ্কবিছপ এমিৰিটাছ ডেচমণ্ড টুটুৰ মৃত্যুত শোক প্ৰকাশপ্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
26 DEC 2021 2:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্কবিছপ এমিৰিটাছ ডেচমণ্ড টুটুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"আৰ্কবিছপ এমিৰিটাছ ডেচমণ্ড টুটু বিশ্বব্যাপী অসংখ্য লোকৰ বাবে এক পথপ্ৰদৰ্শক আলোকসজ্জা আছিল। মানৱীয় মৰ্যাদা আৰু সমতাৰ ওপৰত তেওঁৰ গুৰুত্ব সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত মই গভীৰভাৱে দুখিত আৰু তেওঁৰ সকলো অনুৰাগীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। "
***
DS/SH/RD
(रिलीज़ आईडी: 1787080)
आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam