প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 01 JAN 2022 8:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ঘটনাত অতিশয় দুঃখিত হৈছো৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ মই জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেল শ্ৰী মনোজ সিনহা জী,  মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংজী আৰু নিত্যানন্দ ৰায় জীৰ সৈতে কথা পতাৰ লগতে পৰিস্থিতিৰ বুজ লৈছো৷”

 

***

DS/VJ/DB


(रिलीज़ आईडी: 1787068) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam