প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত হোৱা প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
13 DEC 2021 8:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিৰাপত্তা কৰ্মীয়ে প্ৰাণ হেৰুওৱা ঘটনাত শোক প্ৰকাশ কৰি ঘটনা সন্দৰ্ভত বিশদ বিৱৰণ বিচাৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে এইদৰে;
‘প্ৰধানমন্ত্ৰী@narendramodiয়ে জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিশদ বিৱৰণ বিচাৰিছে। তেওঁ আক্ৰমণত শ্বহীদ হোৱা নিৰাপত্তা কৰ্মীসকলৰ পৰিয়ালসমূহলৈও সমবেদনা জ্ঞাপন কৰিছে।’
***
DS/SH/KG
(रिलीज़ आईडी: 1781562)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam