প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০০১ চনৰ সংসদ ভৱনত আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Posted On:
13 DEC 2021 8:55AM by PIB Guwahati
২০০১চনত সংসদ ভৱনত সংঘটিত আক্ৰমণত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা সকলো নিৰাপত্তাৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “২০০১ চনত সংসদ ভৱনত সংঘটিত আক্ৰমণত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা সকলো নিৰাপত্তাৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷ দেশৰ প্ৰতি তেওঁলোকৰ সেৱা আৰু সৰ্বোচ্চ ত্যাগে প্ৰতিগৰাকী নাগৰিকক প্ৰেৰণা যোগাই থাকিব৷”
***
DS/SH/DB
(Release ID: 1781214)
Read this release in:
Tamil
,
Malayalam
,
Kannada
,
Bengali
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu