প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰকাশ সিং বাদলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 08 DEC 2021 11:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰকাশ সিং বাদলক তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে;

 

"ভাৰতৰ অন্যতম সবাতোকৈ সন্মানীয় ব্যক্তি, শ্ৰী প্ৰকাশ সিং বাদল জীলৈ জন্ম দিনৰ শুভেচ্ছা। পঞ্জাৱৰ প্ৰগতিৰ বাবে, বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে তেওঁ অত্যন্ত কঠিন কাম কৰিলে। মই প্ৰাৰ্থনা জনাইছো যাতে তেওঁ এক দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে আশীৰ্বাদপুষ্ট হয়।"

 

*****

 

DS/SH


(ৰিলিজ আই ডি : 1779201) অতিথি কক্ষ : 159