প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী কে ৰোছায়াৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 DEC 2021 12:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী কে ৰোছায়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘শ্ৰী কে ৰোছায়া গাৰুৰ মৃত্যুত শোকাহত। আমি দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মোৰ তেওঁৰ সৈতে হোৱা বাৰ্তালাপৰ কথা সোঁৱৰণ কৰিছোঁ। তেওঁ পৰৱৰ্তী সময়ত তামিলনাডুৰ ৰাজ্যপালো হৈছিল। ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান স্মৰণীয় হৈ ৰ’ব। তেওঁৰ পৰিয়াল আৰু অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।’
*****
DS/SH/KG
(रिलीज़ आईडी: 1778716)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam