প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে মহামহিম পেটৰ ফিয়ালাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 NOV 2021 8:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা মহামহিম পেটৰ ফিয়ালাক অভিনন্দন জ্ঞাপন কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে মহামহিম পেটৰ ফিয়ালাক অভিনন্দন জনাইছোঁ। ভাৰত আৰু চেক গণৰাজ্যৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰাৰ বাবে মই আপোনাৰ সৈতে কাম কৰিবলৈ আশাবাদী।

 

****

DS/SH/KG


(ৰিলিজ আই ডি : 1777599) অতিথি কক্ষ : 203