প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৬ নৱেম্বৰত প্ৰথম অডিট দিৱস উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 15 NOV 2021 11:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ নৱেম্বৰ, ২০২১ৰ পুৱা ১০.৩০ বজাত কেগ কাৰ্যালয়ৰ চৌহদত প্ৰথম অডিট দিৱস উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়াব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ এটা মূৰ্তিও উন্মোচন কৰিব৷

ঐতিহাসিক কেগ প্রতিষ্ঠানৰ বিগত কেইবা দশক ধৰি প্রশাসন, স্বচ্ছতা আৰু দায়বদ্ধতা অটুট ৰখাৰ লক্ষ্যৰে এই প্রতিষ্ঠানৰ অৱদানক স্মৰণ কৰি অডিট দিবস উদযাপন কৰা হৈছে৷

এই উপলক্ষে ভাৰতৰ কেগো উপস্থিত থাকিব৷

***

DS/VJ/VK/DB


(रिलीज़ आईडी: 1772594) आगंतुक पटल : 216
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam