প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 09 NOV 2021 10:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দেৱভূমিৰ সকলো ভাই-ভনীক মোৰ আন্তৰিক শুভকামনা জনাইছো৷ বিগত পাঁচ বছৰত ৰাজ্যখনে যি প্ৰগতি লাভ কৰিছে, সেইটোৱে এই সম্পূৰ্ণ দশক উত্তৰাখণ্ডৰ হৈ পৰিব৷

উত্তৰাখণ্ডৰ বিকাশত যি কাম হৈছে, সেইটোৱে এইটোকে প্ৰমাণ কৰে যে এই পাহাৰৰ পানী আৰু যুৱ প্ৰজন্ম, দুয়োটাই ইয়াত কামত আহিছে৷ মোৰ কামনা এই যে প্ৰকৃতিৰ কোলাত স্থাপিত এই ৰাজ্য বিকাশৰ পথত এইদৰেই আগবাঢ়ি যাওক৷

 

*****

DS/SH/DB


(Release ID: 1771892) Visitor Counter : 177