প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ষট পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 10 NOV 2021 10:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষট পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

 

সূৰ্য উপাসনাৰ মহাপৰ্ব ষট পূজা উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভগৱানে সকলোকে সুস্বাস্থ্য আৰু সুখ-সৌভাগ্য প্ৰদান কৰক।

 

*****

DS/SH/KG



(Release ID: 1771891) Visitor Counter : 128