প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত হৈ থকা প্ৰবল বৃষ্টিপাতৰ বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে মতবিনিময় কৰে

प्रविष्टि तिथि: 07 NOV 2021 9:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুত হৈ থকা প্ৰবল বৃষ্টিপাতৰ বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম.কে ষ্টেলিনৰ সৈতে মতবিনিময় কৰে আৰু পৰিস্থিতিৰ বুজ লয়। শ্ৰী মোদীয়ে লগতে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযানত কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা ব।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

"তামিলনাডুত হৈ থকা প্ৰবল বৃষ্টিপাতৰ বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম.কে ষ্টেলিনৰ সৈতে মতবিনিময় কৰো আৰু পৰিস্থিতিৰ বুজ লও। উদ্ধাৰ আৰু সাহায্য অভিযানত কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিছো। মই ৰাজ্যবাসীৰ কল্যাণ আৰু নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা জনাইছো।"

 

*****

DS/SH/MS


(रिलीज़ आईडी: 1771859) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam