প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভ্রাতৃদ্বিতীয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
06 NOV 2021 9:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰাতৃদ্বিতীয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"প্ৰতিজন দেশবাসীকে ভ্ৰাতৃদ্বিতীয়াৰ অলেখ শুভেচ্ছা জনালো।
ভ্ৰাতৃদ্বিতীয়াৰ পৱিত্ৰ উপলক্ষত আটাইকে শুভেচ্ছা জনাইছো।"
****
DS/SH/SB
(ৰিলিজ আই ডি : 1769971)
অতিথি কক্ষ : 209
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam