প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জাপানৰ নিম্ন সদনৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰা মহামহিম ফুমিঅ কিশ্বিডাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 01 NOV 2021 5:03PM by PIB Guwahati

জাপানৰ নিম্ন সদনৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰা মহামহিম ফুমিঅ কিশ্বিডাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

জাপানৰ নিম্ন সদনৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰা @কিশ্বিডা২৩০লৈ আন্তৰিক অভিনন্দন। বিশেষ ৰণ-কৌশলগত আৰু গোলকীয় সহযোগিতা তথা ভাৰত-প্ৰশান্ত মহাসাগৰীয় ক্ষেত্ৰৰ শান্তি-সমৃদ্ধিৰ লগতে অন্যান্য ক্ষেত্ৰত একলগে কাম কৰি যোৱাৰ কামনা কৰিছো

 

****

DS/SH/KB


(रिलीज़ आईडी: 1768760) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam