প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মণিপুৰত এমএছএমইৰ দ্বাৰা ১ লাখ চাকৰি সৃষ্টিক প্ৰশংসা কৰে

प्रविष्टि तिथि: 30 OCT 2021 12:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত এমএছএমইৰ দ্বাৰা লাখ চাকৰি সৃষ্টিক প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিংহৰ এটা টুইটৰ উত্তৰত কয়;

 

"ভাল হৈছে, মণিপুৰ! ৰাজ্যৰ প্ৰগতিক আগবঢ়াই নিবলৈ এমএছএমই ক্ষেত্ৰৰ শক্তিৰ উপকাৰিতা গ্ৰহণ কৰাৰ সুকৰ্ম অব্যাহত থাকিব লাগে।"

 

****

 

DS/SH


(रिलीज़ आईडी: 1768373) आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam