প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়’য়েভক নিৰ্বাচনত জয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 25 OCT 2021 8:00PM by PIB Guwahati

উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়য়েভক নিৰ্বাচনত জয়ৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়য়েভক নিৰ্বাচনত জয়ৰ বাবে আন্তৰিক অভিনন্দন জনাইছো। মই বিশ্বাসী যে আপোনাৰ দ্বিতীয় কাৰ্যকালতো ভাৰত-উজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী ৰূপত আগবাঢ়ি থাকিব। আপোনালৈ আৰু উজবেকিস্তানৰ বন্ধুত্বপূৰ্ণ লোকসকললৈ মোৰ শুভকামনা থাকিল।"

 

****

DS/SH/MS



(Release ID: 1766824) Visitor Counter : 117