প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট লেখক শ্ৰী বুদ্ধদেৱ গুহৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 30 AUG 2021 3:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট লেখক শ্ৰী বুদ্ধদেৱ গুহৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী বুদ্ধদেৱ গুহৰ সাহিত্যকৰ্মত বহুমুখী প্ৰতিভা আৰু পৰিৱেশৰ প্ৰতি সংবেদনশীলতা প্ৰতিফলন ঘটিছে৷ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি, বিশেষকৈ তৰুণ প্ৰজন্মই তেওঁৰ সাহিত্যকৰ্মৰ সোৱাদ লৈছে৷ তেওঁৰ বিয়োগ সাহিত্য জগতৰ বাবে বৃহৎ ক্ষতি৷ তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগীৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷”

****

DS/SH/DB


(रिलीज़ आईडी: 1766578) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam